• Home
  • অসম
  • গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা
Image

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা

গৌৰৱ গগৈ পাকিস্তান এজেণ্ট নহয়

গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে

ডিঙিত গামোচা লৈ গৌৰৱ গগৈৰ ওচৰত প্ৰিয়ংকা গান্ধী

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে

সেইবাবে উপায়হীন হৈ গৌৰৱ গগৈক টার্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে

গৌৰৱ গগৈ এজন ইতিবাচক ব্যক্তি

গৌৰৱ গগৈয়ে অসমত মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰিছে

আমি আমাৰ সঠিক ৰাস্তাত আছোঁ

সেইবাবে মুখ্যমন্ত্রীয়ে আক্রমণ কৰি আছে আমাক

ৰাজনীতিত মিছা কথাৰে পৰিয়াল আৰু কন কন সন্তানক আক্ৰমণ কৰিব নাপায়

ইয়াৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ বাবে কাম কৰক মুখ্যমন্ত্রীয়ে

অসমত উপস্থিত হৈ কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীৰ বিস্ফোৰণ

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top