কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ। মেগা প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব বাংগালুৰুস্থিত এম চিন্নাস্বামী ষ্টেডিয়ামত।সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা এই মেচখনক লৈ ইতিমধ্যে দেশৰ ক্ৰিকেট অনুৰাগী অধীৰ আগ্ৰহেৰে বাট চাই আছে। তিমধ্যে আই পি এলৰ প্ৰতিটো ফ্ৰেন্সাইজীয়ে নিজৰ নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। খিতাপ দখলৰ উদ্দেশ্যে প্ৰতিটো দলে প্ৰস্তুত কৰিছে সুকীয়া সুকীয়া ৰণকৌশল। প্ৰায় দুমাহ ধৰি চলিব আই পি এল মহাৰণ।

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬
Releated Posts
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…
এতিয়াৰে পৰা টকা থাকিলেহে আপুনি ব্যৱহাৰ কৰিব পাৰিব ফেচবুক,ইনষ্টাগ্ৰাম,হোৱাটছএপ
এতিয়াৰে পৰা টকা থাকিলেহে আপুনি ব্যৱহাৰ কৰিব পাৰিব ফেচবুক,ইনষ্টাগ্ৰাম,হোৱাটছএপ টকা দিলেহে চলাব পাৰিব META ৰ এপছ সমূহ ধন…
মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াৰ
মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ব্ৰেকফাষ্ট মিটিঙত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্ণাটকৰ পৰৱৰ্তী…
আজি পবিত্ৰ ঈদ
আজি পবিত্ৰ ঈদ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত আদায় সমূহীয়া নামাজ ঈদক লৈ ৰাজ্যজুৰি ব্যাপক উচাহ উদ্দীপনা SOP…












