• Home
  • দেশ
  • এতিয়াৰে পৰা তৃতীয় সন্তান জন্ম দিলে পাব ৩০,০০০ আৰু চতুৰ্থ সন্তান জন্ম দিলে পাব ৪০,০০০টকা
Image

এতিয়াৰে পৰা তৃতীয় সন্তান জন্ম দিলে পাব ৩০,০০০ আৰু চতুৰ্থ সন্তান জন্ম দিলে পাব ৪০,০০০টকা

এতিয়াৰে পৰা তৃতীয় সন্তান জন্ম দিলে পাব ৩০,০০০ আৰু চতুৰ্থ সন্তান জন্ম দিলে পাব ৪০,০০০টকা

জনসংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ জনতালৈ বৃহৎ অফাৰ চৰকাৰৰ

জনতাক সম্বোধন কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ

২০২৫ বৰ্ষৰ মাৰ্চত দ্বিতীয় সন্তান জন্ম দিলে ধন লাভ কৰাৰ কথা ঘোষণা কৰিছিল

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মতে অন্ধ্ৰপ্ৰদেশত হ্ৰাস পাইছে জনসংখ্যা

অন্ধ্ৰপ্ৰদেশত জনসংখ্যা বৃদ্ধি কৰাৰ বাবে বিশেষ সিদ্ধান্ত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

Releated Posts

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে নাতিয়েকক…

ByByMahesh Malakar Jul 5, 2026

আমিৰ খানৰ বাসগৃহত বিয়াৰ ৰমক জমক

তৃতীয় বাৰলৈ হিন্দু মহিলাৰ সৈতে নিকাহত বহিল আমিৰ খান ৬১ বছৰ বয়সত বান্ধৱী গৌৰী স্প্রাটৰ সৈতে নিকাহত বহিল…

ByByMahesh Malakar Jul 5, 2026

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…

ByByMahesh Malakar Jul 4, 2026

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা পুনৰ সনাতনী ধৰ্মক অপমান ধ্ৰুৱ ৰাথিৰ ধ্ৰুৱ ৰাথিৰ আপত্তিজনক…

ByByMahesh Malakar Jul 4, 2026
Scroll to Top