• Home
  • দেশ
  • এতিয়াৰে পৰা টকা থাকিলেহে আপুনি ব্যৱহাৰ কৰিব পাৰিব ফেচবুক,ইনষ্টাগ্ৰাম,হোৱাটছএপ
Image

এতিয়াৰে পৰা টকা থাকিলেহে আপুনি ব্যৱহাৰ কৰিব পাৰিব ফেচবুক,ইনষ্টাগ্ৰাম,হোৱাটছএপ

এতিয়াৰে পৰা টকা থাকিলেহে আপুনি ব্যৱহাৰ কৰিব পাৰিব ফেচবুক,ইনষ্টাগ্ৰাম,হোৱাটছএপ

টকা দিলেহে চলাব পাৰিব META ৰ এপছ সমূহ

ধন ল’বলৈ সাজু META কৰ্তৃপক্ষ

মেটাই সাজু কৰিছে পেইড চাবস্ক্ৰিপচন প্লেন

যাৰ জৰিয়তে প্ৰিমিয়াম সুবিধা লাভ কৰিব প্ৰতিগৰাকী ব্যৱহাৰকাৰীয়ে

আহি আছে ফেচবুক প্লাছ,ইনষ্টাগ্ৰাম প্লাছ,

যাৰ মাহিলী মাচুল হ’ব ৩৪০ টকা

হোৱাটছএপ প্লাছ মাহিলী মাচুল ২৫৫ টকা

নিয়মীয়া এপছ সমূহ একেদৰে চলি থাকিব

Releated Posts

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…

ByByMahesh Malakar May 29, 2026

মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াৰ

মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ব্ৰেকফাষ্ট মিটিঙত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্ণাটকৰ পৰৱৰ্তী…

ByByMahesh Malakar May 28, 2026

আজি পবিত্ৰ ঈদ

আজি পবিত্ৰ ঈদ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত আদায় সমূহীয়া নামাজ ঈদক লৈ ৰাজ্যজুৰি ব্যাপক উচাহ উদ্দীপনা SOP…

ByByMahesh Malakar May 28, 2026

দেশত ধুমুহাৰ সৃষ্টি কৰা Cockroach Janata partyৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক

দেশত ধুমুহাৰ সৃষ্টি কৰা Cockroach Janata partyৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক প্ৰথমে ভাবুকি সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰ নহলে…

ByByMahesh Malakar May 23, 2026
Scroll to Top