• Home
  • অসম
  • বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল এৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ
Image

বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল এৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল এৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ।

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ দলত্যাগ পত্ৰ প্ৰেৰণ।

পত্ৰত কেইবাটাও বিস্ফোৰক অভিযোগ ভূপেন বৰাৰ।

অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ।

স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলি ক্ষোভ ভূপেন বৰাৰ।

Releated Posts

মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ

মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মোৰ বিৰুদ্ধে উঠা অভিযোগ…

ByByMahesh Malakar Apr 6, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বিয়লি ৫ বজাৰ পাছত সকলোৱে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ। ভোটগ্ৰহণৰ…

ByByMahesh Malakar Apr 6, 2026

৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিত প্ৰতিশ্ৰুতিৰ বন্য়া 

বিধানসভা নিৰ্বাচনক লৈ শাসক, বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ তুংগত উঠিছে । ৰাজ্যৰ আন সমষ্টিৰ দৰে গুৱাহাটীৰ ডিমৰীয়া…

ByByMahesh Malakar Apr 5, 2026
Scroll to Top