• Home
  • অসম
  • পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে
Image

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট দিবলৈ অহা মাতৃ ডলী গগৈক সাংবাদিকে প্ৰশ্ন কৰিছিল- বাইদেউ কেনেকুৱা লাগিছে?ডলী গগৈৰ সহজ-সৰল উত্তৰ- ভাল লাগিছো। অসম ৰাজনীতি পৰিৱেশটো চাই আছো। ইয়াৰ বাবে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিছো।

সাংবাদিকে পুনৰ প্ৰশ্ন কৰিছিল- ছাৰৰ সৈতে এসময়ত ইয়াত আপুনি ভোটদান কৰিছিল! এতিয়া পুত্ৰৰ সৈতে আহিছে, মনৰ ভাৱ কেনেকুৱা? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডলী গগৈয়ে কৈছিল- মনৰ ভাৱ খুবেই ভাল। গৌৰৱক যাতে সকলোৱে মৰম আৰু আৰ্শীবাদ দিয়ে। 

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top