ফিফা বিশ্বকাপত চুৰৰ উপদ্ৰৱ
কেনেকৈ সংঘটিত হৈছিল ফিফা বিশ্বকাপত চুৰি কাণ্ড?
আমেৰিকাৰ কানছাছ চিটিৰ পৰা চোৰে চুৰ কৰি লৈ গ’ল খেলৰ সামগ্ৰী
লুটি নিলে ইংলেণ্ড দলৰ জাৰ্ছী, জোতা
চোৰে থৈ গ’ল মাত্ৰ এটা ফুটবল
প্ৰবীণ খেলুৱৈ হেৰী কেন, জুড বেলিংহামৰ জোতাও চুৰি
প্ৰশ্ন উত্থাপন হয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো কেনেকৈ চোৰে সংঘটিত কৰিব কৰিলে এই ভয়ংকৰ কাণ্ড
















