প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। আজি এক নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা।বিহু-পূজাত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ।মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। বছৰত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰতিটো পৰিয়াললৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে।বিহুৰ সময়ত এটা আৰু পূজাৰ সময়ত এটা চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

প্ৰতিটো পৰিয়ালে লাভ কৰিব দুটাকৈ বিনামূলীয়া এলপিজি চিলিণ্ডাৰ!
Tags:
Releated Posts
আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী
আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী জৰুৰীকালীন সময়তো ৰোগীয়ে নাপাব ঔষধ সমগ্ৰ দেশৰ লগতে অসমতো আজি বন্ধ থাকিব…
এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা
এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা বিদ্যুৎৰ বাবে এতিয়াৰে পৰা আপুনি খাব নালাগে হাবাথুৰি প্ৰতিমাহে…
ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ
ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পোন প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী…
জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…











