ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই।
কাইলৈ দিনৰ ১১ বজাত কৰিব যোগদান।
শিৱসাগৰত এই কথা ঘোষণা অখিল গগৈৰ।
মঙলবাৰে অধ্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই।
পুনৰ সক্রিয় ৰাজনীতিলৈ ঘূৰি আহিব ড০ জ্ঞানশ্রী বৰা।
স্ব-ইচ্ছাই চাকৰি ত্যাগ কৰে ড০ জ্ঞানশ্রী বৰাই।
গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপিকা পদত আছিল ড০ জ্ঞানশ্রী বৰা।
ৰাজনীতিত যোগদানৰ পূৰ্ণ সম্ভাৱনা ড০ জ্ঞানশ্রী বৰা।
গোৱালপাৰা মহাবিদ্যালয় ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আছিল তেওঁ













