• Home
  • অসম
  • আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে নেকি নূপুৰ বৰাই
Image

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে নেকি নূপুৰ বৰাই

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে নেকি নূপুৰ বৰাই:জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে

আয় বহিভূত সম্পত্তি গোচৰত কাৰাৰুদ্ধ হৈ থকা এচিএছ বিষয়া নূপুৰ বৰাই মঙলবাৰে জামিন লাভ কৰে ৷ জামিন মঞ্জুৰ কৰে বিশেষ ন্যায়াধীশৰ আদালততে ৷ গ্ৰেপ্তাৰৰৰ ৫৬ দিনৰ ভিতৰতে নূপুৰ বৰাই জামিন লাভ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আদালতত বৰাৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ৷কেনেকৈ জামিন লাভ কৰিলে নূপুৰ বৰাই ৷ এই সন্দৰ্ভত কেতবোৰ প্ৰশ্ন সকলোকে হতচকিত কৰি তুলিছে ৷

আদালতত বৰাৰ হৈ যুক্তি দৰ্শোৱা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়,নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল নিশা ৮ বজাত ৷ কিন্ত বিএনএছএছৰ ধাৰা মতে নিশাভাগত কোনো মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ অনুমতি লোৱাটো

অনথ্যা সংবিধানৰ ধাৰা ২১ উলংঘা হয় ৷

নূপুৰ বৰাক নিশা গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ লোৱা নাছিল অনুমতি। যাৰবাবে অতি সহজেই আদালতত জামিন লাভ কৰিবলৈ সক্ষম হয় নূপুৰ বৰা ৷

উল্লেখ্য যে,নূপুৰ বৰাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল নগদ ১ কোটি ৪৭ লাখ টকা

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

ন্যায় নাপায় জুবিন গাৰ্গে

ন্যায় নাপায় জুবিন গাৰ্গে জুবিন গাৰ্গৰ আত্মাইও আৰু শান্তি নাপায় নিৰ্বাচন শেষ জুবিন গাৰ্গৰ ন্যায়ো শেষ ফেচবুকত আৱেগ…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top