• Home
  • অসম
  • আই আই টি গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠান আলচেৰিংগা
Image

আই আই টি গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠান আলচেৰিংগা

আই আই টি গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠান আলচেৰিংগা।

আই আই টি গুৱাহাটীত ৪ দিনীয়া কাৰ্যসূচীৰে ২৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ৩৮ সংখ্যক আলচেৰিংগা (ALCHERINGA) ।

এইবাৰৰ এই “ALCHERINGA.”ত দেশৰ আগশাৰীৰ প্ৰায় ৫০০ শিক্ষাপ্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব ।

“ALCHERINGA” ৰ চাৰিদিনীয়া কাৰ্যসূচীত প্ৰায় ডেৰ লাখ লোকৰ সমাগম হ’ব বুলি ধাৰণা কৰা হৈছে ।

ভাৰতীয় শাস্ত্ৰীয় সংগীত, পশ্চিমীয়া সংগীত, নৃত্য, নাটককে ধৰি বিভিন্ন কলাৰ সমাহাৰ ঘটিব এইবাৰৰ আলচেৰিংগাত ।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতিকো দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ব “ALCHERINGA” বৰ্ণাঢ্য
অনুষ্ঠানত ।

সামৰণিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বলিউডৰ বিখ্যাত শিল্পী ছানে ।

তথ্য প্ৰযুক্তিৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান খনত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা এই বৃহৎ সাংস্কৃতিক কাৰ্যসূচীৰ বাবে ব্যস্ততা বাঢ়িছে আই আই টি গুৱাহাটীত ।

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026
Scroll to Top