• Home
  • অসম
  • উত্তৰ-পূবক চৰম পৰ্যায়ৰ অপমান কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ
Image

উত্তৰ-পূবক চৰম পৰ্যায়ৰ অপমান কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ

উত্তৰ-পূবক চৰম পৰ্যায়ৰ অপমান কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ

উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক ‘গলবস্ত্ৰ’ পৰিধান কৰিবলৈ অস্বীকাৰ ৰাহুলৰ

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছিল বিশেষ অভ্যৰ্থনা অনুষ্ঠান

আৰু থীম আছিল উত্তৰ পূবৰ যিকোনো ৰাজ্যৰ গলবস্ত্ৰ পৰিধান কৰা

কিন্তু কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে অস্বীকাৰ কৰিলে অসমৰ পৰম্পৰাগত এড়ী চাদৰ পৰিধান কৰিবলৈ

বৰ্তমান ৰাহুল গান্ধীৰ এনে কাৰ্য্যক তীব্ৰ গৰিহণা উত্তৰ-পূব বাসীৰ

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top