• Home
  • অসম
  • গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ACS নূপুৰ বৰাক লৈ CM ভিজিলেন্সৰ অভিযান
Image

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ACS নূপুৰ বৰাক লৈ CM ভিজিলেন্সৰ অভিযান

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ACS নূপুৰ বৰাক লৈ CM ভিজিলেন্সৰ অভিযান।

গৰৈমাৰীৰ নূপুৰৰ কাৰ্যালয়ত দ’মে দ’মে উদ্ধাৰ চৰকাৰী গামোচা।

দুঘন্টাৰো অধিক সময় গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত অভিযানৰ অন্ত CM ভিজিলেন্সৰ।

ACS নূপুৰ বৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবে পূৰ্বে গ্ৰেপ্তাৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত CM ভিজিলেন্সৰ অভিযানৰ অন্ত পৰাৰ পিছত সাংবাদিকৰ আগত মন্তব্য ৰখাৰ পৰা বিৰত থাকে ACS নূপুৰ বৰা।

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top