গুৱাহাটীৰ হেঙেৰাবাৰীত NIA আৰু আৰক্ষীৰ অভিযান,গুৱাহাটীত বোমা সংস্থাপন কৰা অৰ্ণৱ অসমে বাহৰ পতা ঘৰত অভিযান।
গুৱাহাটীৰ হেঙেৰাবাৰীত NIA আৰু আৰক্ষীৰ অভিযান। জগদীশ পাটগিৰিৰ ঘৰত অভিযান চলাইছে আৰক্ষী আৰু এন আই এৰ দলে। হেঙেৰাবাৰীত বাহৰ পাতিছিল আলফা(স্বা)ৰ কেডাৰে। গুৱাহাটীত থাকি ৰচিছিল বোমা সংস্থাপনৰ পৰিকল্পনা। জগদীশ পাটগিৰিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল জাহ্নু বৰুৱা। ১৫ আগষ্টত গুৱাহাটীত IED সংস্থাপনত জড়িত এই জাহ্নু বৰুৱা। আলফা(স্বা)ৰ কেডাৰ জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম। ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ … Read more