লংকাৰ নখুটি SBI চি এছ পি বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

লংকাৰ নখুটি SBI চি এছ পি বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নখুটি বজাৰৰ আব্দুলাৰ SBI চি এছ পি বেংকৰ পৰা তিনি দুৰ্বৃত্তই দিন-দুপৰত লূতি নিলে ১০,০০০ টকা। জানিব পৰা মতে, কালি আবেলি ২:২০ মান বজাত তিনি দুৰ্বৃত্তই এখন চাৰি চকীয়া বাহন বেংকৰ সম্মুখত ৰখাই এজন দুৰ্বৃত্ত বাহনখনৰ পৰা নামি আহি বেংকৰ ভিতৰলৈ প্ৰবেশ কৰে।। … Read more

কাহিলিপাৰাত বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ।

কাহিলিপাৰাত বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ। মৃত্যু আকাশ চৌধুৰী নামৰ এজন যুৱকৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশৰ হত্যাত জড়িত ৪ জনক। নিশা সুৰাপান কৰি কাজিয়াত লিপ্ত হৈছিল ৫ যুৱক। সেই কাজিয়াতে মৃত্যু হ’ল আকাশ চৌধুৰী নামৰ যুৱকজনৰ। নিশা ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল আকাশে।

উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত নৃশংস হত্যাকাণ্ড।

উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত নৃশংস হত্যাকাণ্ড। পুত্ৰই হত্যা কৰিলে পিতৃক। দেৰগাঁৱৰ ভিতৰুৱা ৰাংঢালীৰ সমীপৰ থলকীয়াত সংঘটিত এই নৃশংস ঘটনা। পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণ ল’লে পিতৃৰ।পুত্ৰৰ হাতত প্ৰাণ গ’ল তিলেশ্বৰ গগৈ নামৰ লোকজনৰ। পুত্ৰ সুৰেণ গগৈয়ে হত্যা কৰে পিতৃ তিলেশ্বৰ গগৈক। ইতিমধ্যে চোমনি গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ সুৰেন গগৈক। সুৰাৰ বাবেই … Read more

মহানগৰীৰ গণেশগুৰিত STF ৰ অভিযান।

মহানগৰীৰ গণেশগুৰিত STF ৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ জালনোট,আটক দুই সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা লখিমপুৰৰ লালুকৰ ৰুফুল আমিন আৰু হাজো দামপুৰৰ জাকিৰ হুছেইন।

শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক।

শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। গুলীবিদ্ধ দিলোৱাৰ হুছেইন নামৰ এজন লোক। দীৰ্ঘদিনে বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশত সহায় কৰাৰ অভিযোগ দিলোৱাৰৰ বিৰুদ্ধে। পাথাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশীৰ প্ৰৱেশত সহায় কৰিছিল। আজি আৰক্ষীৰ এটা দলে সীমান্তত কৰায়ত্ত কৰিছিল দিলোৱাৰক। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈ আৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ দিলোৱাৰ। ঘটনাটোত আহত হৈছে এজন আৰক্ষী।

গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ।

গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ। ভেটাপাৰাৰ মহিলা আক্ৰমণকাৰীলৈ আৰক্ষীৰ গুলীচালনা।আৰক্ষীৰ বেহু ফালি পলাবলৈ লওতে আৰক্ষীৰ গুলীচালনা। পুৱতি নিশা ভঙাগড় পাহাৰত গুলীচালনাৰ ঘটনা।সোঁ ভৰিত গুলী লাগে অভিযুক্ত আজুল হকৰ।গুলীবিদ্ধ আজুল হকক GMCHত ভৰ্তি।শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গ’ল্ডেন পথত ৩ সন্তানৰ মাতৃক ছুৰিকাঘাত কৰিছিল আজুল হকে।ৰাইজে খেদি খেদি আটক কৰিছিল আক্ৰমণকাৰী আজুল হকক।পৰৱৰ্তী সময়ত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজুল … Read more

গুৱাহাটীৰ ৰুক্মিণী নগৰত এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ।

যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহউক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। বিগত ১০ দিনৰ ভিতৰত ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা এয়া তৃতীয়টো ঘটনা। যোৱা ১ জানুৱাৰীত চান্দমাৰীৰ এটা এপাৰ্টমেণ্টত ৰহস্যজনক … Read more

যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান৷

যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান৷ অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷ STFৰ গোপন খবৰৰ ভিত্তিত পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত এটি দলে যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত অভিযান চলাই ২১টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ধন ২২,৭০৯ টকা, ১৪টা চুৰি কৰা মোবাইল ফোন আৰু দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে ১৪ মাইলৰ এটি গৃহত … Read more

মহানগৰীৰ আঠগাঁৱৰ ৪নং ৰে’লৱে গেটত STFৰ অভিযানত হেৰ’ইন, নগদ ধনসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷

মহানগৰীৰ আঠগাঁৱৰ ৪নং ৰে’লৱে গেটত STFৰ অভিযানত হেৰ’ইন, নগদ ধনসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷ STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলা অভিযানতেই জব্দ হেৰ’ইনখিনি৷ অভিযানত ৪৬.৯ গ্ৰাম ওজনৰ ৩৫টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ৩৩০০ টকা, এটা মোবাইল ফোনসহ দুটা সৰবৰাহকাৰীক আটক কৰা হয়৷ সৰবৰাহকাৰী দুটা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আচৌ আলি আৰু বিহাৰৰ সীতামাৰ্হি জিলাৰ আনন্দ … Read more

বটদ্ৰৱাত সংঘটিত অপহৰণকাণ্ডৰ এজনক আটক।

বটদ্ৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। খাদ্যৰ সৈতে চেতনা নাশক দ্ৰব্য মিহলাই এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ছৰিফুল ইছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে। পৰিয়ালৰ অভিযোগ অনুসৰি, ২৩ ডিচেম্বৰত ৪ বজাত জুৰিয়া কলেজৰ ইউনিফৰ্ম পৰিহিত ৩ গৰাকী ছোৱালী আহি আকলিমা খাতুনক ফুচলাই লৈ চলচলি মাদ্রাছাৰ কাষত থকা চাওমিন দোকানলৈ লৈ যায়। সেই স্থানতে চাওমিনৰ লগত … Read more