ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।

ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ। সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ সংস্থাৰ সংবাদ মেল সম্বোধন।পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ঘটনাৰ মূল কোন দিশে লয়। দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ। সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ … Read more

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান। মৰিগাঁও জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ইটোৰ পিছত সিটোকৈ চুৰি কাৰ্যৰ ঘটনা। কিছু দিনৰে পৰা চহৰখনৰ নামঘৰ, মণিকূট, মন্দিৰ, গৃহস্থৰ গোঁসাই ঘৰ ইত্যাদিত চোৰে চলাই আহিছে চাফাই অভিযান। নিশা মৰিগাঁৱৰ ফুলবাৰীস্থিত এটি পৰিয়ালৰ গোঁসাই ঘৰৰ পৰা চোৰে নিলে ভগৱানৰ শালগ্ৰাম মূৰ্তি দুটা, পিতলৰ … Read more

গাঁওবাসীৰ সুবিধাৰ্থে অবৈধভাৱে সুৰা বিক্ৰী কৰা ক্ষেত্ৰীৰ দপতাৰ এখন বিশেষ দোকান। দোকান খন গেলামালৰ কিন্তু তাত বিক্ৰী হয় বিলাতী সুৰা।

দুই মাতৃ পুত্ৰৰ বিলাতী সুৰাৰ বেহা দীৰ্ঘদিনীয়া কিন্তু কাকো কেৰেপ নকৰে এওঁলোকে। দপতাৰ এইজন দুল ডেকা আৰু লোকজনৰ মাতৃয়ে দীৰ্ঘ দিন ধৰি ক্ষেত্ৰী আৰক্ষী আৰু আবকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই নিজৰ ঘৰত থকা গেলামাল দোকানতে চলাইগৈছে অবৈধ ভাৱে বিলাতী সুৰাৰ বেহা। কেৱল সুৰা বিক্ৰিয়েই নহয় জানিব পৰা মতে নিজৰ ঘৰতে খাব পৰা ব্যৱস্থাও কৰি দিছে … Read more

এইবাৰ বাতৰিৰ শিৰোনামত সুন্দৰী যুৱতীৰ চুৰিকাণ্ডৰ ঘটনা।

গুৱাহাটী মহানগৰীত এতিয়া যুৱতী মানেই যেন এক আতংক, কেতিয়াবা যদি সুৰাপান কৰি উদ্ভণ্ডালী, কেতিয়াবা আকৌ ৰাজপথত চুলিয়াচুলি। কোন দিশে ধাৱিত আজিৰ এই যুৱতী। এইবাৰ বাতৰিৰ শিৰোনামত সুন্দৰী যুৱতীৰ চুৰিকাণ্ডৰ ঘটনা।কেমেৰাৰ সন্মুখত তিনি যুৱতীৰ কেৱল দৌৰ, ঘটনাৰ বিৱৰণী অনুযায়ী চেল্ফ ড্ৰাইভিঙৰ নামত গাড়ী বুক কৰি ৩খন গাড়ী লৈ উধাও হৈছিল এই ৩ যুৱতী। ভুৱা আধাৰ-পান কাৰ্ডেৰে … Read more

বৰাক উপত্যকাত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ

প্রলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ নিয়া ৩ কিশোৰীক উদ্ধাৰ কাছাৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩ কিশোৰী ৰাজস্থানৰ পৰা ২ আৰু গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ নাৰী সৰবৰাহকাৰীৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ ৪ লাখ টকাৰে নাবালিকাক ক্ৰয় কৰিছিল ৰাজস্থানৰ এজন লোকে নাবালিকাক বিয়া কৰোৱাৰ প্ৰলোভেনেৰে ৰাজস্থানলৈ নিছিল অভিযুক্তই গ্ৰেপ্তাৰ কৰা অভিযুক্তজন ৰাজস্থানৰ ৪৯ বছৰীয়া লীলা ৰাম … Read more

ৰাইডাৰ ননী নহয়, এইবাৰ ৰুজি মুদৈৰ চুৰি হ’ল বাহন…

EMI শেষ হোৱাৰ এসপ্তাহৰ পিছতে চুৰি হ’ল স্কুটী । গুৱাহাটীৰ আমবাৰীৰ নবীন বড়ো পথৰ পৰা স্কুটী চুৰি । ৰুজি মুদৈ নামৰ যুৱতীগৰাকীৰ স্কুটীখন লৈ গ’ল চোৰে । পিতৃহীনা ৰুজিৰ উপাৰ্জনৰ একমাত্ৰ আহিলা আছিল স্কুটীখন। ফটাশিল আমবাৰী থানাই এতিয়াও উদ্ধাৰ কৰিব পৰা নাই স্কুটীখন।

মহানগৰীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

মহানগৰীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা। মাজনিশা প্ৰেয়সীৰ ভাড়াঘৰৰ কোঠাত সোমাই ভয়ংকৰ কাণ্ড কৰিলে দেৱজিৎ কুটুম নামৰ লোকজনে। প্ৰিন্স ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা অনুসৰি প্ৰিন্স ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক আছিল দেৱজিতৰ। কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীয়ে দেৱজিতৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিল। … Read more

কাছাৰৰ বাশকান্দিত প্রায় ৩০ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া।

লক্ষীপুৰৰ মাফিয়া আব্দুল ৰেজ্জাকৰ বাসগৃহত চলিছিল আৰক্ষীৰ অভিযান ।গোহালিৰ পৰা ১০ টা হেৰ’ইন ভর্তি চাবোনৰ বাকচ জব্দ আৰক্ষীৰ ।মাটিত পুতি থোৱা অবস্থাত প্রায় ৯৮ হাজাৰ য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে নগদ ৩ লাখ ৫০ হাজাৰ টকা।

ডিব্রুগড় বিমান বন্দৰত উদ্ধাৰ বন্দুকৰ গুলী…

যাত্রীৰ বেগৰ পৰা উদ্ধাৰ 9mm বন্দুকৰ গুলী…চিম্ভো দয়াল নামৰ যাত্রীজনৰ বেগৰ পৰা উদ্ধাৰ…ডিব্রুগড়ৰ পৰা নিজ গৃহ ৰাজস্থানলৈ ৰাওনা হৈছিল লোকজন…নিৰাপত্তাৰক্ষীয়ে লোকজনৰ বেগসমূহ পৰীক্ষা কৰোতে ধৰা পৰে গুলী…ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক…

বজালীৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষার্থী আটক…

বজালীৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষার্থী আটক দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভুৱা পৰীক্ষার্থী আটক অসৎ উপায়েৰে উলিয়াই লৈছিল ভুৱা এডমিট কার্ড হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র ধৃত হাৰুনাৰ ৰসিদ ভুৱা এডমিট কার্ড দেখুৱাই আৰক্ষীত চাকৰি লোৱাৰ পৰিকল্পনা আছিল হাৰনাৰৰ ঘটনাত জড়িত বিদ্যালয়খনৰ প্রধান শিক্ষক মহিৰ উদ্দিন বিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত অধ্যাপক অৰূপ দাস হৰেন্দ্ৰ … Read more