গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু।

ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। গুৱাহাটীত বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। পৰিয়ালৰ অভিযোগ, স্বামীয়ে হত্যা কৰিছে কাৰিশ্মা দাসক। দুই বজাতেই পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা। পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ … Read more

একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে…

গুৱাহাটী পৌৰ নিগমৰ ভয়ংকৰ কাণ্ড ।একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে ।কিয়নো তিনিটা দাষ্টবিনৰ বাবে এতিয়া যমৰ যতনা ভুগিছে ৰাইজে।প্ৰশাসনক বাৰাম্বাৰ কাতৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নহল এই দাষ্টবিনকেইটা।বেলতলা ছাত্ৰ সসন্থাৰ স্পষ্ট কথা যদি এই দাষ্টবিনকেইটা অহা দুদিনৰ ভিতৰত এই স্থানৰ পৰা আঁতৰ কৰা নহয় তেনে হলে … Read more

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক…..

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক।বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ ৫ কেজি ৫০০ গ্ৰাম গাঞ্জা।আটকধানী সৰবৰাহকাৰীজন উত্তৰ প্ৰদেশৰ সুৰজপুৰৰ ধীৰাজ তিৱাৰী ।যাত্ৰীবাহী বাছযোগে ৰাওনা হোৱাৰ সময়তে ৰঙিয়া নগৰৰ ভূটান বাছ আস্থানত আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী সহ সৰবৰাহকাৰী জনক আটক কৰে ।

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল দেৱজিত ৰাজবংশী….

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি।ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশী।পালেংবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং পালেংবাৰীত পালেংবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশীৰ লগত পালেংবাৰীৰ ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হয়। স্থানীয় ৰাইজৰ … Read more

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনা….

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই তী*ব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত বামনপাৰা গাঁৱৰ হাছমত আলীৰ ল’ৰা সমেৰ আলী নামৰ এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই অঞ্চল জুৰি তী*ব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে।জানিব পৰা মতে সমেৰ আলী নামৰ লোক জনে দুজন মানুহক লগতলৈ মানূল্লাপাৰাত গৈছিল আৰু অহাৰ সময়ত প্ৰথমতে গাড়ীৰ পৰা চোঁচৰাই নমাৱলৈ … Read more

মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট…

মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট।কংগ্ৰেছ দলৰ সমৰ্থকে মাৰপিট কৰাৰ অভিযোগ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁওৰ এজেপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত উক্ত ৱাৰ্ডৰ মানুহে এখন ৰেলি উলিয়ায়। উক্ত ৰেলী খন ৱাৰ্ড খনৰ ইমূৰৰপৰা পৰা সিমূৰলৈকে লৈ গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা কংগ্ৰেছ দলৰ সমৰ্থকে সহিদুৰ ৰহমান … Read more

মৰিগাঁৱত ছাগলী চোৰৰ সন্ত্ৰাস…

মৰিগাঁৱত ছাগলী চোৰৰ সন্ত্ৰাস,বিলাসী বাহনেৰে ছাগলী চুৰি কৰাৰ চেষ্টা চোৰৰ৷ ,AS21F 6118 নম্বৰৰ alto বাহনত ছাগলী উঠাই চোৰ কৰিছিল চোৰে ৷মৰিগাঁও শংকৰ মাধৱ বিদ্যালয়ৰ ওচৰৰ পৰা কলা ৰঙৰ ছাগলী জনীক বিস্কুট খুৱাই উঠাইছিল alto বাহনত ৷ ৰাইজৰ সহযোগত মৰিগাঁও চহৰৰ মাজমজিয়াত বাহন খন কৰায়ত্ব কৰিবলৈ সক্ষম ৷বাহন খনৰ পৰা পলায়ন কৰে ছাগলী চোৰে,ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ … Read more

নিশা উত্তৰ গুৱাহাটী গুৱাহাটীত বন বিভাগৰ অভিযানত আ*ট*ক বনদস্যু…..

নিশা উত্তৰ গুৱাহাটী গুৱাহাটীত বন বিভাগৰ অভিযানত আটক বনদস্যু ।আটক উত্তৰ গুৱাহাটী চন্দ্ৰাৰ বসন্ত দাসক ।স্নিভাৰ ডগৰ সহায়ত চলোৱা অভিযানত বসন্ত দাসৰ বাসগৃহৰ চৌহদত উদ্ধাৰ কাঠৰ কুণ্ডা ।আটক কৰি বৰ্তমান চিলা বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৰখা হৈছে বসন্ত দাসক ।উত্তৰ গুৱাহাটীৰ “দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চল”ত বনদস্যুৰ হাতোৰা । এফালৰ পৰা কাটি তহিলং কৰিছে ৯০০ হেক্টৰ এলেকা আবৰি … Read more

দুলীয়াজান এগৰাকী শিক্ষয়িত্ৰীক পৰিকল্পিত হ*ত্যা চেষ্টা…

দুলীয়াজানত চা*ঞ্চ*ল্য*ৰ ঘটনা। এগৰাকী শিক্ষয়িত্ৰীক পৰিকল্পিত হ*ত্যা চেষ্টা । সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন শিক্ষয়িত্ৰী গৰাকী । জানিবপৰামতে তিনিচুকীয়া জিলাৰ বৰডুবিৰ মডেল নগৰৰ অমৃত গগৈ নামৰ লোকজনে AS 23 AE 4444 নম্বৰৰ থাৰ গাড়ীখনে AS 23 M 7812 নম্বৰৰ শিক্ষয়িত্ৰী গৰাকীয়ে চলাই অহা এল্টো গাড়ীখনৰ পিচফালৰ খুন্দিয়াই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । শিক্ষয়িত্ৰী … Read more

কাইলৈ ৰাজ্যত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সাজু হৈছে প্ৰাৰ্থীসকলৰ লগতে প্ৰশাসনো…

কাইলৈ ৰাজ্যত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সাজু হৈছে প্ৰাৰ্থীসকলৰ লগতে প্ৰশাসনো। তাৰ মাজতে যেন নিৰ্বাচনী নীতি উলংঘন কৰি চলে বলে কৌশলে ভোট ক্ৰয়ত উঠি পৰি লাগিছে একাংশ । এইবাৰ ভোটৰ বিনিময় দিবলৈ সাজু পলাশবাৰীৰ দখলাত। এটা বিশেষ ফোন‌ ৰেকৰ্ডিং । যাক লৈ তীব্ৰ খলকনি তুলিলে ভোটাৰ ৰাইজৰ মাজত। এই ঘটনা পলাশবাৰী বিধানসভা সমষ্টিৰ … Read more