শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক।

শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। গুলীবিদ্ধ দিলোৱাৰ হুছেইন নামৰ এজন লোক। দীৰ্ঘদিনে বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশত সহায় কৰাৰ অভিযোগ দিলোৱাৰৰ বিৰুদ্ধে। পাথাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশীৰ প্ৰৱেশত সহায় কৰিছিল। আজি আৰক্ষীৰ এটা দলে সীমান্তত কৰায়ত্ত কৰিছিল দিলোৱাৰক। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈ আৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ দিলোৱাৰ। ঘটনাটোত আহত হৈছে এজন আৰক্ষী।

গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ।

গুৱাহাটী মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ। ভেটাপাৰাৰ মহিলা আক্ৰমণকাৰীলৈ আৰক্ষীৰ গুলীচালনা।আৰক্ষীৰ বেহু ফালি পলাবলৈ লওতে আৰক্ষীৰ গুলীচালনা। পুৱতি নিশা ভঙাগড় পাহাৰত গুলীচালনাৰ ঘটনা।সোঁ ভৰিত গুলী লাগে অভিযুক্ত আজুল হকৰ।গুলীবিদ্ধ আজুল হকক GMCHত ভৰ্তি।শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গ’ল্ডেন পথত ৩ সন্তানৰ মাতৃক ছুৰিকাঘাত কৰিছিল আজুল হকে।ৰাইজে খেদি খেদি আটক কৰিছিল আক্ৰমণকাৰী আজুল হকক।পৰৱৰ্তী সময়ত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজুল … Read more

গুৱাহাটীৰ ৰুক্মিণী নগৰত এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ।

যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহউক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। বিগত ১০ দিনৰ ভিতৰত ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা এয়া তৃতীয়টো ঘটনা। যোৱা ১ জানুৱাৰীত চান্দমাৰীৰ এটা এপাৰ্টমেণ্টত ৰহস্যজনক … Read more

যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান৷

যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত STFৰ অভিযান৷ অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷ STFৰ গোপন খবৰৰ ভিত্তিত পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত এটি দলে যোৰাবাটৰ ১৪ মাইল আৰু তামুলীকুছিত অভিযান চলাই ২১টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ধন ২২,৭০৯ টকা, ১৪টা চুৰি কৰা মোবাইল ফোন আৰু দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে ১৪ মাইলৰ এটি গৃহত … Read more

মহানগৰীৰ আঠগাঁৱৰ ৪নং ৰে’লৱে গেটত STFৰ অভিযানত হেৰ’ইন, নগদ ধনসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷

মহানগৰীৰ আঠগাঁৱৰ ৪নং ৰে’লৱে গেটত STFৰ অভিযানত হেৰ’ইন, নগদ ধনসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক৷ STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলা অভিযানতেই জব্দ হেৰ’ইনখিনি৷ অভিযানত ৪৬.৯ গ্ৰাম ওজনৰ ৩৫টা হেৰ’ইন ভৰ্তি কন্টেইনাৰ, নগদ ৩৩০০ টকা, এটা মোবাইল ফোনসহ দুটা সৰবৰাহকাৰীক আটক কৰা হয়৷ সৰবৰাহকাৰী দুটা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আচৌ আলি আৰু বিহাৰৰ সীতামাৰ্হি জিলাৰ আনন্দ … Read more

বটদ্ৰৱাত সংঘটিত অপহৰণকাণ্ডৰ এজনক আটক।

বটদ্ৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। খাদ্যৰ সৈতে চেতনা নাশক দ্ৰব্য মিহলাই এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ছৰিফুল ইছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে। পৰিয়ালৰ অভিযোগ অনুসৰি, ২৩ ডিচেম্বৰত ৪ বজাত জুৰিয়া কলেজৰ ইউনিফৰ্ম পৰিহিত ৩ গৰাকী ছোৱালী আহি আকলিমা খাতুনক ফুচলাই লৈ চলচলি মাদ্রাছাৰ কাষত থকা চাওমিন দোকানলৈ লৈ যায়। সেই স্থানতে চাওমিনৰ লগত … Read more

গুৱাহাটীৰ হেঙেৰাবাৰীত NIA আৰু আৰক্ষীৰ অভিযান,গুৱাহাটীত বোমা সংস্থাপন কৰা অৰ্ণৱ অসমে বাহৰ পতা ঘৰত অভিযান।

গুৱাহাটীৰ হেঙেৰাবাৰীত NIA আৰু আৰক্ষীৰ অভিযান। জগদীশ পাটগিৰিৰ ঘৰত অভিযান চলাইছে আৰক্ষী আৰু এন আই এৰ দলে। হেঙেৰাবাৰীত বাহৰ পাতিছিল আলফা(স্বা)ৰ কেডাৰে। গুৱাহাটীত থাকি ৰচিছিল বোমা সংস্থাপনৰ পৰিকল্পনা। জগদীশ পাটগিৰিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল জাহ্নু বৰুৱা। ১৫ আগষ্টত গুৱাহাটীত IED সংস্থাপনত জড়িত এই জাহ্নু বৰুৱা। আলফা(স্বা)ৰ কেডাৰ জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম। ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ … Read more

মৰিগাঁৱত বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধ বালি খনন: কোটি কোটিৰ ৰাজহ লোকচান

বৈধ মহল তথা অনুজ্ঞাপত্ৰ নথকাকৈ মৰিগাওঁ জিলাত কলং আৰু কপিলীৰ বুকুত অৰ্ধ শতাধিক বালিৰ মহল বন বিভাগৰ পৃষ্ঠপোষকতাত চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। পৰিৱেশ সম্পৰ্কীয় সকলো নীতি, নিয়ম জলাঞ্জলি দি নদীৰ বুকু মেচিনৰে খনন কৰি ৰমৰমীয়া বালিৰ ব্যৱসায় চলাই থকা ৰাজনৈতিক আশীৰ্বাদ পুষ্ট এটা চক্ৰই প্ৰতি মাহে বৃহৎ ধন উদৰষ্ঠ কৰাৰ ফলত বন বিভাগৰ পৰা … Read more

অসম-অৰুণাচল সীমান্তৰ জাগুনত পুনৰ অপহৰণ কাণ্ড…

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জাগুন ১০ মাইলৰ এটা ক্ৰেচাৰ মিলৰ পৰা বুধবাৰে দিন দুপৰতে অপহৰণৰ ঘটনা। এই অপহৰণ কাণ্ডক লৈ অঞ্চলজুৰি সৃষ্টি কৰিছে এতিয়া তীব্র চেপা উত্তেজনা। উল্লেখ্য যে, ক্ৰেচাৰটোৰ স্বত্বাধিকাৰী কৃষ্ণ ছেত্ৰী আজি পুৱা ভতিজাক প্ৰকাশ ছেত্ৰীৰ সৈতে আহিছিল নিজা মালিকাধীন ক্ৰেচাৰলৈ। প্ৰাপ্ত খবৰ অনুসৰি কিছু সময়ৰ পিছতেই এখন ডাম্পাৰত সেনা-বাহিনীৰ পোচাক পৰিহিত সশস্ত্ৰ ৫-৬জনীয়া … Read more

মুখ্যমন্ত্ৰীয়ে গো-মাংস ৰাজ্যত বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো ৰমৰমীয়া ভাবে চলি আছে নিষিদ্ধ মাংসৰ এই বেহা।

কাৰ ছত্ৰছায়াত ৰমৰমীয়া ভাবে চলাই আহিছে গো-মাংসৰ ৰমৰমীয়া বেহা আকৌ ধুবুৰীৰ তামাৰহাট আৰক্ষী হাতত গো-মাংসৰ চোৰাং বেপাৰী। ধুুবুৰীৰ আৰক্ষীৰ অভিযানত তিনি কুইণ্টল পঞ্চাশ কেজি গো—মাংসসহ চাৰিজনক আটক । লগতে আৰক্ষীয়ে জব্দ কৰিছে তিনিখনকৈ বাহন,দুখনকৈ ই-ৰিক্সা, এখন স্কুটি । আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজন হৈছে ছিদ্দিক আলী, মোস্তাফা শেখ, হেকমত আলী আৰু আনিছুল হক । পশ্চিমবঙ্গৰ … Read more