• Home
  • অসম
  • BTC নিৰ্বাচনৰ ভোটগণনাত ২৩খন আসনত BPFৰ অগ্রগতি

BTC নিৰ্বাচনৰ ভোটগণনাত ২৩খন আসনত BPFৰ অগ্রগতি

অব্যাহত আছে BTCৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফল। বিটিচি নিৰ্বাচনৰ ভোটগণনাত ২৩ খন আসনত BPF দলে অগ্রগতি লাভ কৰি আছে।

সুবাইঝাৰত BPF প্রার্থী ধীৰাজ বৰগয়াৰীৰ অগ্রগতি।

মানস ছেৰফাঙত UPPLৰ ধনঞ্জয় বসুমতাৰীৰ অগ্ৰগতি।

চৰাইবিলত UPPLৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীৰ অগ্রগতি

খালিংদুৱাৰত বিজেপি প্রার্থীৰ অগ্রগতি।

ননৈ ছেৰফাঙত TMC প্ৰাৰ্থীৰ অগ্ৰগতি।

ভেৰগাঁৱত UPPL প্ৰাৰ্থীৰ অগ্ৰগতি।

পাঁচনৈ ছেৰফাঙত বিজেপি প্রার্থীৰ অগ্রগতি।

শ্ৰীৰামপুৰত BPF প্ৰাৰ্থীৰ অগ্ৰগতি।

পৰ্বতঝোৰাত BPF প্রার্থী মুনমুন ব্ৰহ্মৰ অগ্রগতি।

শালবাৰী, মুছলপুৰত BPF প্ৰাৰ্থীৰ অগ্ৰগতি।

Releated Posts

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…

ByByMahesh Malakar May 29, 2026

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…

ByByMahesh Malakar May 29, 2026

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন…

ByByMahesh Malakar May 29, 2026

পঞ্চসুৰৰ ছাত্ৰী প্ৰীতি ডলেই লোকনাচৰ সাক্ষাৎ ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱশিল্পী জলপানী লাভ কৰিলে সক্ষম হৈছে

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাংস্কৃতিক সম্পদ প্ৰশিক্ষণ কেন্দ্ৰ চি চি আৰ টি’ৰ পৰা অসমৰ অন্যতম সাংস্কৃতিক শিক্ষা…

ByByMahesh Malakar May 28, 2026
Scroll to Top