• Home
  • অপৰাধনামা
  • জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?
Image

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ গোচৰৰ শুনানি সম্পন্ন হয়। ভিডিঅ’ কনফাৰেন্সযোগে জুবিন গাৰ্গৰ ২য় দিনৰ শুনানি গ্ৰহণ কৰা হয়।

২৫৬/২০২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হয় সত্ৰ ন্যায়াধীশ আদালতত। ভাৰ্চুৱেলী আদালতত হাজিৰ হয় সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাসহ আটাইজন অভিযুক্ত।

৩ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে আদালতে। ইফালে অভিযুক্ত পক্ষৰ পৰা জামিন আবেদন কৰা নাই কোনো অধিবক্তাই। সকলো পক্ষকে গোচৰটোত জড়িত নথিপত্ৰ প্ৰদানৰ নিৰ্দেশ আদালতৰ। ৩ জানুৱাৰীত সকলো অভিযোগৰ ওপৰত শুনানি হ’ব আদালতত।

Releated Posts

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

ন্যায় নাপায় জুবিন গাৰ্গে

ন্যায় নাপায় জুবিন গাৰ্গে জুবিন গাৰ্গৰ আত্মাইও আৰু শান্তি নাপায় নিৰ্বাচন শেষ জুবিন গাৰ্গৰ ন্যায়ো শেষ ফেচবুকত আৱেগ…

ByByMahesh Malakar Apr 29, 2026

দেশ কঁপোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ

দেশ কঁপোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিনে জনাই এই কথা…

ByByMahesh Malakar Apr 28, 2026
Scroll to Top