• Home
  • অসম
  • ২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে
Image

২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে

২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে।

উল্লেখযোগ্য যে, শশাংক সমীৰ পৰিচালিত ‘ভাইমন দা’ কাহিনী চিত্ৰ শিতানত নিৰ্বাচিত হৈছে।

দেৱাংকৰ বুঢ়াগোঁহাই পৰিচালিত ‘চিকাৰ’ মূলসঁতিৰ ছবি শিতানত নিৰ্বাচিত হৈছে।

আনহাতে Non-feature শাখাত নিৰ্বাচিত হৈছে নম্ৰতা দত্ত পৰিচালিত ‘পত্ৰলেখা’৷

এই মহোৎসৱ অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈকে গোৱাত অনুষ্ঠিত হ’ব।

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top