• Home
  • অসম
  • বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস
Image

বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

অসম পালেহি বিশ্বজয়ী অসম কন্যা চিমু দাস। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপত চেম্পিয়ন ভাৰত। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্য চিমু দাস। গৃহভূমিত উষ্ম আদৰণি চিমু দাসক। বৰঝাৰ বিমানবন্দৰত খেলুৱৈগৰাকীক জনোৱা হয় উষ্ম আদৰণি। বিশ্বকাপ জয়ী কৰা প্ৰথম গৰাকী অসমীয়া দিব্যাংগ মহিলা ক্ৰিকেটা চিমু দাস

শ্ৰীলংকাত অনুষ্ঠিত হৈছিল প্ৰথম দৃষ্টিহীন টি-টুৱেণ্টি ক্ৰিকেট বিশ্বকাপ। ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য অসম জীয়ৰী চিমু দাস গৃহভূমিত উপস্থিত হোৱাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা উষ্ম আদৰণি তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰত্যাহ্বান নেওচি বিশ্বৰ প্ৰেক্ষাপটত জিলিকি উঠিছে অসম গৌৰৱ চিমু দাস।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top