• Home
  • অসম
  • বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ
Image

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল
আৰয়ান জিচান আহমেদ

ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASAৰ বিৰল স্বীকৃতি ৷

International Astronomical Seach Collaborationৰ অধীনত আৰিয়ানে চলোৱা গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASA ৰ এই স্বীকৃতি৷

দুটাকৈ নতুন গ্ৰহাণুৰ আৱিস্কাৰ। সদ্যহতে IASC য়ে গ্ৰহাণু দুটাৰ নামাকৰণ কৰিছে 2024 VE8 আৰু 2024 VC23 বুলি।

আৰিয়ান জিছান আহমেদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়ৰ (USTM)ৰ বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ।

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top