• Home
  • অসম
  • অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বামীৰ দাৰ ঘাপত আহত হোৱা অনিমা গগৈয়ে

অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বামীৰ দাৰ ঘাপত আহত হোৱা অনিমা গগৈয়ে

অৱশেষত জীৱন যুঁজত হাৰ মানিলে অনিমা গগৈয়ে।

স্বামীৰ দাৰ ঘাপত আহত হৈছিল অনিমা গগৈ।

আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অনিমা গগৈৰ।

চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতীয়াত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।

১১ ছেপ্তেম্বৰত স্বামী বকুল গগৈয়ে দাৰে আক্ৰমণ কৰিছিল পত্নী অনিমা গগৈক।

স্বামীৰ দাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মহিলাগৰাকী।

Releated Posts

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’ ‘এই চৰকাৰ থাকিলে ৰাজ্যত প্ৰয়োজন নাই ডকাইতৰ’ ‘কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ…

ByByMahesh Malakar May 22, 2026

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…

ByByMahesh Malakar May 21, 2026

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন আজি শপত বাক্য পাঠ…

ByByMahesh Malakar May 21, 2026
Scroll to Top