সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।টিহু সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাৰ পূৰ্বে ঢেকীয়াজুলিত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত উপস্থিত থাকি নিৰ্বাচনী ৰণশিঙা বজাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সভাত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে- অসমৰ মূল সমস্যা হৈ পৰিছে অনুপ্ৰৱেশকাৰী। অনুপ্ৰৱেশকাৰীয়ে অসমৰ যুৱ প্ৰজন্মৰ চাকৰি খাইছে। এই ভূমি অনুপ্ৰৱেশকাৰীৰ নহয়। ১ লাখ ২৫ হাজাৰ একৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ’ল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাতো অনুপ্ৰৱেশকাৰীয়ে চলাইছিল বিজেপি চৰকাৰে বটদ্ৰৱাৰ ভূমি দখলমুক্ত কৰিলে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘পুনৰ চৰকাৰ গঠন কৰিলে অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হ’ব।

ঢেকিয়াজুলীত বিজেপিৰ বিজয় সংকল্প সভাৰ পৰা অমিত শ্বাহৰ দৃঢ় প্ৰতিশ্ৰুতি
Releated Posts
USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬
প্ৰেছ বিজ্ঞপ্তি USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬:যুৱ শক্তিক সশক্ত কৰি ৰাষ্ট্ৰীয় একতাৰ দিশে এক গুৰুত্বপূৰ্ণ…
USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬:
প্ৰেছ বিজ্ঞপ্তি USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬: যুৱ শক্তিক সশক্ত কৰি ৰাষ্ট্ৰীয় একতাৰ দিশে এক…
নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক
নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক সকলো নাৰীকে মানুহ বুলি ভাবক আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়…
নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি
নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি পবিত্ৰ জুবিনক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যুৱতীয়ে জুবিন গাৰ্গৰ পৱিত্ৰ স্থানত অভাব্য…












