• Home
  • অসম
  • ঢেকিয়াজুলীত বিজেপিৰ বিজয় সংকল্প সভাৰ পৰা অমিত শ্বাহৰ দৃঢ় প্ৰতিশ্ৰুতি
Image

ঢেকিয়াজুলীত বিজেপিৰ বিজয় সংকল্প সভাৰ পৰা অমিত শ্বাহৰ দৃঢ় প্ৰতিশ্ৰুতি

সমাগত  ২০২৬ ৰ বিধানসভা নিৰ্বাচন।টিহু সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাৰ পূৰ্বে ঢেকীয়াজুলিত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত উপস্থিত থাকি নিৰ্বাচনী ৰণশিঙা বজাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সভাত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে  উল্লেখ কৰে যে-  অসমৰ মূল সমস্যা হৈ পৰিছে অনুপ্ৰৱেশকাৰী। অনুপ্ৰৱেশকাৰীয়ে অসমৰ যুৱ প্ৰজন্মৰ চাকৰি খাইছে। এই ভূমি অনুপ্ৰৱেশকাৰীৰ নহয়। ১ লাখ ২৫ হাজাৰ একৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ’ল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাতো অনুপ্ৰৱেশকাৰীয়ে চলাইছিল বিজেপি চৰকাৰে বটদ্ৰৱাৰ ভূমি দখলমুক্ত কৰিলে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘পুনৰ চৰকাৰ গঠন কৰিলে অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হ’ব।

Releated Posts

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

ন্যায় নাপায় জুবিন গাৰ্গে

ন্যায় নাপায় জুবিন গাৰ্গে জুবিন গাৰ্গৰ আত্মাইও আৰু শান্তি নাপায় নিৰ্বাচন শেষ জুবিন গাৰ্গৰ ন্যায়ো শেষ ফেচবুকত আৱেগ…

ByByMahesh Malakar Apr 29, 2026

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top