• Home
  • অসম
  • অখিল গগৈৰ চৰকাৰ অসমত পাঁচশ বছৰ পিছতো নাহে
Image

অখিল গগৈৰ চৰকাৰ অসমত পাঁচশ বছৰ পিছতো নাহে

অখিল গগৈৰ চৰকাৰ অসমত পাঁচশ বছৰ পিছতো নাহে।

আহিলে বাংলাদেশ বা পাকিস্তানত আহিব অখিল গগৈৰ চৰকাৰ।

৮ তাৰিখে ৰাতিপুৱা সাংবাদমেলত কেৱল গৌৰৱ গগৈৰ কথাই নহয় এটা চক্ৰান্ত মূলক ব্যৱস্থাৰ কথা ফাদিল কৰা হব।

৮ তাৰিখৰ মিটিংখনত যাতে গৌৰৱ গগৈয়ে সকলোৰে সহায় পায় তাৰ বাবে সকলোকে লগ পোৱাৰ চেষ্টা কৰিছে।

মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ গতিকে মিয়া ৰাজনীতি কৰা মানুহ আৰু বাংলাদেশী ঘূচপেঠিক মই ভয় নকৰোঁ।

অগপ বিজেপি এটাই দল গতিকে ডিমৰীয়াত যিয়ে জয়লাভ কৰে তেওঁ আমাৰে হব, আমি যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিম , ডিমৰীয়া আমি ভালকৈ জিকিম , ডিমৰীয়াৰ মানুহে আমাক বহুত ভাল পায়।

অগপ ৰ সৈতে আমাৰ আলোচনা চলি আছে, আমি বুজাবুজি কৰি লম।

সোণাপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মন্তব্য।

Releated Posts

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ…

ByByMahesh Malakar Feb 24, 2026
Scroll to Top