বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ
পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে
আজি পুনৰ নতুনকৈ শপত লোৱা ১২গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে
ড০ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী গৃহ আৰু ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) লোক নিৰ্মাণ বিভাগ (পথ) শক্তি বিভাগ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰী
অশোক সিংহলঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা
অশ্বিনী ৰায় চৰকাৰঃ সমাজ ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন
বিমল বৰাঃ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী বিষয়ক পৰিক্ৰমা
বিশ্বজিৎ দৈমাৰীঃ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক
জয়ন্ত মল্লবৰুৱাঃ বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ
কৌশিক ৰায়ঃ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা, সমবায়
কেশৱ মহন্তঃ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন
কৃষ্ণেন্দু পালঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়ন
নীলিমা দেৱীঃ পশুপালন আৰু পশু চিকিৎসা, মীন পালন
পিযুষ হাজৰিকা – কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা
ডাঃ ৰণোজ পেগুঃ বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (সমতল), তথ্য প্ৰযুক্তি
সুশান্ত বৰগোহাঁইঃ জল সম্পদ, ন্যায় বিভাগ













