৮বছৰৰ পিছত আদালতে চূড়ান্ত ৰায় দিলে অভি-নীল কাণ্ডৰ
২৫জনক ৰেহাই দি ২০জনক দোষী সাৱ্যস্ত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ
কিন্তু অভি-নীল কাণ্ডৰ ৰায়দানত সন্তুষ্ট নহয় দুয়োৰে পিতৃ
আধাতকৈ বেছি অভিযুক্তক দোষমুক্ত ঘোষণা কৰাত অসন্তুষ্ট নীলোৎপলৰ পিতৃ
অভিযোগমুক্তৰ শাস্তি বিচাৰি উচ্চ ন্যায়ালয়ত পুনৰ আৱেদন কৰিব অভি-নীলৰ অভিভাৱকে













