• Home
  • অসম
  • মৰিগাঁৱত AASUৰ বিক্ষোভ কাৰ্য্যসূচী
Image

মৰিগাঁৱত AASUৰ বিক্ষোভ কাৰ্য্যসূচী

সমগ্র ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁৱতো AASUয়ে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰাৰ দাবীৰে এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে সদো অসম ছাত্ৰ সন্থাই।

‘অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰক’, ‘অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ন কৰক’, ‘ভাৰত বাংলা সীমান্ত শ্বীল কৰক’, ‘সীমান্তত দেখিলেই গুলিওৱাৰ নিৰ্দেশ দিয়ক’, ‘কা আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক’, ‘অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষীপ্ৰতাৰে ৰূপায়ন কৰক’ ইত্যাদি দাবীৰে মৰিগাঁও চহৰত মৰিগাঁও সদৰ ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

Releated Posts

আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই জোঁকাৰি গৈছে ৰাজ্য

গুৱাহাটী মহানগীৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই…

ByByMahesh Malakar Jun 8, 2026

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ…

ByByMahesh Malakar Jun 8, 2026

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব…

ByByMahesh Malakar Jun 7, 2026

বিজেপি ত্যাগ কৰিয়েই বিজেপিক চেলেঞ্জ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ

বিজেপি ত্যাগ কৰিয়েই বিজেপিক চেলেঞ্জ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ গেৰুৱা দলটোক প্ৰত্যাহ্বান জনাই বিজেপিৰ প্ৰাক্তন সভাপতিৰ ঘোষণা কৰিলে…

ByByMahesh Malakar Jun 7, 2026
Scroll to Top