অসমবাসীলৈ উপহাৰ ভাৰত চৰকাৰৰ
প্ৰথমটো যাত্ৰা কামাখ্যা ষ্টেচনত সু-সজ্জিত ৰূপত বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন
মুকলি হ’ল দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল
হাওৰাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এই ৰে’লসেৱা
মালদা টাউন ৰে’ল ষ্টেচনৰ পৰা ফ্লেগঅফ প্রধামন্ত্ৰীৰ
হাওৰা-কামাখ্যাৰ মাজত চলিব এই ৰে’লখন
সপ্তাহত ৬ দিন হাওৰা-কামাখ্যাৰ মাজত চলিব ৰে’লখন













