• Home
  • দেশ
  • সাৱধান আহি আছে ঘূৰ্ণী দিটৱাহ
Image

সাৱধান আহি আছে ঘূৰ্ণী দিটৱাহ

সাৱধান আহি আছে ঘূৰ্ণী দিটৱাহ

আগন্তুক ৪৮ঘন্টাত বতৰে দেখা দিব কালৰূপ।

দক্ষিণ ভাৰতত প্ৰৱল বৃষ্টিপাত।

আনহাতে শ্ৰীলংকাত সামুদ্ৰিক ধুমুহা ‘দিটৱাহ’ৰ তাণ্ডৱ।

ফেনে-ফোটোকাৰে ওফন্দি উঠিছে দেশখনৰ নদী-উপনদী।

জলবন্দী হৈ আছে বহু লোক।

প্ৰশাসনে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

ঘূৰ্ণীবতাহ দিটৱাই দুদিনৰ ভিতৰত উত্তৰ তামিলনাডু উপকূলৰ দিশে আগবাঢ়িব পাৰে।

সেয়েহে বহু পলমকৈ হোৱা প্ৰচণ্ড বৰষুণৰ বাবে চহৰখনে সাজু হৈছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ২৮ আৰু ২৯ নৱেম্বৰত বদ্বীপ আৰু উত্তৰ উপকূলীয় কেইখনমান জিলাৰ বাবে অৰেঞ্জ পৰা ৰেড (২৪ ঘণ্টাত ২০ চে.মি.তকৈ অধিক প্ৰচণ্ড বৰষুণ)এলাৰ্ট জাৰি কৰিছে।

Releated Posts

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে নাতিয়েকক…

ByByMahesh Malakar Jul 5, 2026

আমিৰ খানৰ বাসগৃহত বিয়াৰ ৰমক জমক

তৃতীয় বাৰলৈ হিন্দু মহিলাৰ সৈতে নিকাহত বহিল আমিৰ খান ৬১ বছৰ বয়সত বান্ধৱী গৌৰী স্প্রাটৰ সৈতে নিকাহত বহিল…

ByByMahesh Malakar Jul 5, 2026

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…

ByByMahesh Malakar Jul 4, 2026

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা পুনৰ সনাতনী ধৰ্মক অপমান ধ্ৰুৱ ৰাথিৰ ধ্ৰুৱ ৰাথিৰ আপত্তিজনক…

ByByMahesh Malakar Jul 4, 2026
Scroll to Top