দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে
বিজেপিৰ ভিডিঅ’ কনফাৰেন্সত ১০ হাজাৰতকৈ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ ভয়ংকৰ অভিযোগ
নিৰ্বাচনী আইন ভংগ কৰাৰ অভিযোগ দিলীপ শইকীয়াৰ বিৰুদ্ধে
ৰিপুন বৰা, লুৰীণ জ্যোতি গগৈ, মীৰা বৰঠাকুৰ আৰু ৰাজনৈতিক দলৰ নেতা উপস্থিত দিছপুৰ থানাত
ভোট কৰ্তনৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল বিৰোধী ঐক্যমঞ্চৰ













