বাহাল থাকিল শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ৷ মুখ থেকেচা খালে সাংসদ ৰকিবুল হুছেইনে৷ উল্লেখ্য যে, বিধায়ক পদ খাৰিজৰ আবেদন জনাইছিল সাংসদ ৰকিবুল হুছেইনে৷ আজি শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল থাকিব বুলি চূড়ান্ত ৰায় দিয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷