‘৩টাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়া চিকিৎসা
৬-৭টা সন্তান থকা মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা
১ জুলাইৰ পৰা আহি আছে নতুন নিয়ম’
চৰকাৰী হাস্পতালৰ পৰা দিয়া বিনামূলীয়া চিকিৎসা সেৱা নাপাব ৬-৭ টা সন্তান দিয়া গৰ্ভৱতী মহিলাই
বৰপেটা মেডিকেল কলেজ হাস্পতালত প্ৰথম পৰ্যায়ত বন্ধ হব এই সুবিধা
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য













