• Home
  • অসম
  • জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত
Image

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত

পকী ৰাস্তাত শাৰী শাৰীকৈ ড্ৰিল মেচিনেৰে ড্ৰিলিং কৰি মহানগৰীৰ ৰাজপথত ৰুইছে গছৰ পুলি

প্ৰথমে জুবিন গাৰ্গৰ ছবিৰ ওপৰত প্ৰলেপ এইবাৰ আকৌ ৰাজপথত ড্ৰিলিং কৰি ৰুইছে গছৰ পুলি

মহানগৰীখন সৌন্দৰ্যৰ নামত কাণ্ডজ্ঞানহীন কাৰ্য

প্ৰথমে প্ৰকাণ্ড প্ৰকাণ্ড গছ বুলি কাটি ধ্বংস আৰু এইবাৰ

গুৱাহাটীক সেউজীয়া কৰিবলৈ ৰাজপথত ড্ৰিলিং কৰি গছ ৰুইছে

কিয় কানখাৰ নাই GMCৰ?

আৰু কি দেখিবলৈ বাকী ৰৈছে মহানাগৰীকে

Releated Posts

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন উখল মাখল নীলাচলৰ বুকু হাজাৰ হাজৰ ভক্তৰ সমাগম হৈছে কামাখ্যা ধামত

ByByMahesh Malakar Jun 20, 2026

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী UNIFORMৰ নাম কোনো শিক্ষাৰ্থীকে কৰিব নোৱাৰিব হাৰাশাস্তি ব্য়ক্তিগত বিদ্যালয়েও মানিব…

ByByMahesh Malakar Jun 19, 2026

সাৱধান হওক কপিলীপৰীয়া ৰাইজ

সাৱধান হওক কপিলীপৰীয়া ৰাইজ নিপকোৱে খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খাণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নীপকোৱে ফেনে-ফুটুকাৰে…

ByByMahesh Malakar Jun 19, 2026
Scroll to Top