আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী
UNIFORMৰ নাম কোনো শিক্ষাৰ্থীকে কৰিব নোৱাৰিব হাৰাশাস্তি
ব্য়ক্তিগত বিদ্যালয়েও মানিব লাগিব আজিৰে পৰা এই নিয়ম
অসমত প্ৰথমবাৰলৈ আহিল নিৰ্দেশনা
উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ সিদ্ধান্ত
ছেপ্টেম্বৰ মাহৰলৈকে প্ৰযোজ্য থাকিব এই নিয়ম
বিদ্যালয় শিক্ষাৰ্থীক যোগান ধৰিব লাগিব বিশুদ্ধ পানী













