খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত
এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা
চান্দমাৰী উৰণ সেতু ইমানেই পিছলকৈ নিৰ্মাণ কৰা হৈছে।
যে এজাক বৰষুণৰ ফলত ৰাজপথত পিচল পৰিছে ইটোৰ পিছত সিটোকৈ বাহন
এতিয়া মহানগৰীৰ ৰাজপথত যেন খোজে খোজে বিপদ বৃদ্ধি পাইছে













