স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ
ছাত্ৰ-ছাত্ৰীৰ পিঠিত আৰু নাথাকিব অতিৰিক্ত কিতাপৰ বোজা
স্কুললৈ নিব নালাগে অতিৰিক্ত কিতাপ-পত্ৰ
ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক সুৰক্ষাৰ স্বাৰ্থত স্কুল বেগৰ ওজন নিৰ্ধাৰণ
কেলেণ্ডাৰৰ নিৰ্দিষ্ট ক্লাছৰ কিতাপহে লগত নিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে
পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ আনিবলৈ ছাত্ৰ ছাত্ৰীক কৰিব নোৱাৰিব বাধ্য
শিক্ষামন্ত্ৰীৰ ডাঙৰ মন্তব্য















