Image

যুদ্ধবিৰতিৰ পাছত পুনৰ আক্ৰমণ

যুদ্ধবিৰতিৰ পাছত পুনৰ আক্ৰমণ

আকৌ আৰম্ভ হ’ব নেকি যুদ্ধ?

আমেৰিকাৰ শান্তি আলোচনাৰ প্ৰস্তাৱৰ মাজতে পুনৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা

এইবাৰ পুনৰ ইজৰাইলক লক্ষ্য কৰি মিছাইল আক্ৰমণ আৰম্ভ ইৰাণৰ

দেওবাৰে নিশা ইজৰাইলত মিছাইল আক্ৰমণ চলায় ইৰানৰ ৰিভলিউচনেৰী গাৰ্ড বাহিনীয়ে

ইৰানৰ মতে লেবাননৰ ৰাজধানী বেইৰুটত ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰতিবাদতে এই প্ৰত্যাক্ৰমণ কৰা হৈছে

Releated Posts

ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা

ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা বিশ্বত ফুটবল বিশ্বকাপৰ উন্মাদনা দুই প্ৰিয় তাৰকা মেছি আৰু ৰোনাল্ডোৰ দুই ভৰিৰ যাদু…

ByByMahesh Malakar Jun 11, 2026

আমেৰিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ

আমেৰিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ বাহৰেইন আৰু কুৱেইটৰ আমেৰিকান সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ ডনাল্ড ট্ৰাম্পক ৰঙাচকু ইৰাণৰ ইৰানৰ…

ByByMahesh Malakar Jun 11, 2026

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব…

ByByMahesh Malakar Jun 7, 2026

মছজিদত ভয়ংকৰ গু*লীচালনা

মছজিদত ভয়ংকৰ গু*লীচালনা থিতাতে প্ৰাণ গ’ল ৩জনকৈ লোকৰ হাতত বন্দুক লৈ দুই কিশোৰৰ ধাৰাষাৰ গুলীবৰ্ষণ মছজিদত গুলীচালনা কৰি…

ByByMahesh Malakar May 19, 2026
Scroll to Top