• Home
  • অসম
  • ১৪০০ বছৰৰ পৰা যি নিয়ম চলি আছে সেই নিয়মেই মানি চলিব মুছলমান সমাজে
Image

১৪০০ বছৰৰ পৰা যি নিয়ম চলি আছে সেই নিয়মেই মানি চলিব মুছলমান সমাজে

১৪০০ বছৰৰ পৰা যি নিয়ম চলি আছে সেই নিয়মেই মানি চলিব মুছলমান সমাজে

“দয়া কৰি আমাৰ মুছলমান সমাজক UCC ৰ পৰা বাদ দিয়ক’

UCC আইন প্ৰৱৰ্তন কৰি আমাৰ ধৰ্মীয় অনুভূতি বা মুছলমান সমাজৰ চেণ্টিমেণ্টত কোনো ধৰণৰ আঘাত নকৰিব”

UCC বনাই যদি বনাই থাকক কিন্তু মুছলমানক বাদ দিয়ক

কোৰাণৰ নিয়ম মানিব মুছলমানে

UCCয়ে মুছলমানৰ ধৰ্মীয় নিয়ম সৰ্ব কৰিব

পাৰ্ছনেল ল’ ১৪০০ বছৰ পূৰ্বৰ পৰা চলি আহিছে

গতিকে সেই নিয়ম মতে চলিব মুছলমান সমাজ

সদনত মন্তব্য AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ

Releated Posts

ঈদৰ প্ৰাকক্ষণত মুছলমানক বিশেষ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ঈদৰ প্ৰাকক্ষণত মুছলমানক বিশেষ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘হিন্দু নাগৰিক থকা অঞ্চলত কোৰবাণী দিবলৈ চেষ্টা নকৰিব, অন্যথা…

ByByMahesh Malakar May 27, 2026

ৰাজ্যত গৃহীত হ’ল ঐতিহাসিক UCC

ৰাজ্যত গৃহীত হ’ল ঐতিহাসিক UCC ৰাজ্যত আহি গ’ল নতুন আইন বিধানসভাত জয় শ্ৰীৰাম ধ্বনি হুলস্থূলীয়া পৰিস্থিতি UCC আইন…

ByByMahesh Malakar May 27, 2026

ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদত কোৰবাণী নিদিয়ে অসমৰ মুছলমানে অসম বিধানসভা…

ByByMahesh Malakar May 26, 2026

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰঘোষণা ফাষ্টট্ৰেক আদালতৰ এতিয়াৰে পৰা…

ByByMahesh Malakar May 26, 2026
Scroll to Top