উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃ*ত্যু হাতীটো

জাগীৰোডৰ নেলী বেলতলাত বন্যহস্তীৰ মৃ*ত্যু| জাগীৰোডৰ নেলীৰ বেলতলাত বন্যহস্তীৰ কৰুন মৃ*ত্যু ৷ পথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃ*ত্যু বন্যহস্তীটোৰ ৷

বিপদ সং*কু*ল*ভা*ৱে উ*ল*মি থকাৰ ফলত সং*ঘ*টি*ত হয় অঘটনটো ৷ বিদ্যুত বিভাগৰ গাফিলতিৰ মৃ*ত্যু মতা হাতীটোৰ ৷ স্থানীয় ৰাইজে বাৰাম্বাৰ বিদ্যুত বিভাগক অৱগত কৰাৰ পিছটো কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ ফলত ক*ৰু*ণ ভাবে মৃ*ত্যু হয় বন্যহস্তী ৷