বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা
নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা
ঈদ-উল-আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশন
কোৰবাণী কৰাক লৈ চৰকাৰৰ বিশেষ SOP
পশু হত্যাৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক
ফিটনেছৰ প্ৰমাণপত্ৰ অবিহনে গৰু ম’হ কোৰবাণী দিব নোৱাৰিব মুছলমানে
পৌৰ সভাৰ অধ্যক্ষ, পঞ্চায়ত সভাপতি, পশু চিকিৎসা বিষয়াই দিব সন্মতিক
যুটীয়া সন্মতি দিয়াৰ পিছত প্ৰদান কৰিব প্ৰমাণপত্ৰ
পশুটো কৃষি কাৰ্যৰ উপযোগী হ’ব নোৱাৰিব
কোনো আঘাত, বাৰ্ধক্য, শাৰীৰিক অক্ষম জন্তুহে দিব পাৰিব কোৰবাণী
ৰাজহুৱা স্থানত দিব নোৱাৰিব কোৰবাণী
মুখ্যমন্ত্ৰী হৈয়ে এক্সন মুডত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুবেন্দু অধিকাৰী













