অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল
‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’
“ধুবুৰীত বন্ধুত্বমূলকভাৱে আমাৰ লগত খেলা আসনত বেয়াকৈ পৰাস্ত হ’ল অখিল গগৈ”
“মুছলমান সম্প্ৰদায়ৰ প্ৰতি অকণো ভাল ভাৱ নাই অখিল গগৈৰ”
” কংগ্ৰেছৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হৈছে অখিল গগৈৰ”
কংগ্ৰেছক ক্ষতি কৰিব বিচৰা অখিল গগৈৰ সৈতে মিত্ৰতা ভংগ কৰিব লাগে বুলি মন্তব্য ৰকিবুল হুছেইনৰ












