Image

৪ মে’ত ভোট গণনা

সময় মাত্ৰ ৬ দিন বাকী

৪ মে’ত ভোট গণনা

সমষ্টিয়ে সমষ্টিয়ে জল্পনা-কল্পনা

কোন জিকিব, কোন হাৰিব?

কোনে গঠন কৰিব চৰকাৰ

২০২১ চনত বিজেপিৰ ছুনামিত তচনচ হৈছিল কংগ্ৰেছ

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভৱিষ্যতবাণী যে এইবাৰ বিজেপিৰ জয় নিশ্চিত

বিজেপিক পৰাজয় কৰি জয় লাভ কৰিবলৈ সক্ষম হ’ব নে কংগ্ৰেছ?

৪ মে’ত অন্ত পৰিব সকলো জল্পনা কল্পনা

Releated Posts

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ ‘অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ’ ‘মই এজন ভাল মানুহ ভুল দলত আছিলো’ ‘নিজৰ…

ByByMahesh Malakar Apr 27, 2026

কাইলৈ পুৱাই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল

আৰু মাত্ৰ কেইটামান ঘণ্টা কাইলৈ পুৱাই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল কি কি ৱেৱচাইটত চাব পাৰিব…

ByByMahesh Malakar Apr 27, 2026

ভনীয়েকক বিচাৰি সামাজিক মাধ্যমত আৱেগিক ভিডিঅ’ নিশামণিৰ ভাতৃৰ

‘তই অকলে আছনে তাতগোসাঁনী, নে কোনোবা লগ পাইছ’ভয় খালে মোক মাতি দিবি…’’ পুনৰ সামাজিক মাধ্যমত নিশামণিহালৈৰ ককায়েকৰ আৱেগিক…

ByByMahesh Malakar Apr 27, 2026

পুৱাই মহানগৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা

পুৱাই মহানগৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱালে ৩ গৰাকীকৈ যুৱতীয়ে ট্ৰাকৰ প্ৰচণ্ড খুন্দাত শেষ…

ByByMahesh Malakar Apr 26, 2026
Scroll to Top