Image

বিদায় নিশামণি!

নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ

চকুত চকুপানী লৈ হাজাৰ হাজাৰ জনতা সমবেত নিশামণিৰ বাসগৃহত

ঘৰৰ পৰা হাঁহি স্ফুৰ্তি কৰি বিহু নাচিব যোৱা নিশামণিৰ ঘৰললৈ উভতিল নি*ৰ দেহ হৈ

নিশামণিৰ বাসগৃহত বুজাব নোৱাৰা পৰিস্থিতি

আগৰ দৰেই এইবাৰে সকলো ওলাই গৈছিল বিহু অনুষ্ঠানৰ বাবে

কিন্তু কোনেনো জানিছিল বিহুৰ অনুষ্ঠান কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল’ব নিশামণিয়ে

Releated Posts

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ যিকোনো মূহুৰ্তত সংঘটিত হ’ব…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top