Image

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক

সকলো নাৰীকে মানুহ বুলি ভাবক

আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়

নাৰীক সবলীকৰণ কৰিবলৈ মোদী চৰকাৰ কোন?

এইখন সংসদত থকা আধা সাংসদেই অভিযুক্ত

আধা সাংসদ যৌতুক দাবী কৰাৰ অভিযোগত অভিযুক্ত”

মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত সংসদত হোৱা আলোচনাত গৰজি উঠিল পশ্চিম বংগৰ TMC সাংসদ শতাব্দী

Releated Posts

“বিষধৰ সাপতকৈও ভয়ংকৰ বিজেপি”

“বিষধৰ সাপতকৈও ভয়ংকৰ বিজেপি” পশ্চিমবংগত একেদিনাই মোদী-মমতাৰ নিৰ্বাচনী সভা শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা TMCক বানকুৰাত বিজেপিক…

ByByMahesh Malakar Apr 13, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026
Scroll to Top