• Home
  • অসম
  • জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত
Image

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত

বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক

প্ৰতিদিনেই চলিব জুবিন গাৰ্গ গোচৰৰ শুনানি

অসম চৰকাৰে জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্মতি জনালে ফাষ্ট ট্ৰেক ক’ৰ্ট গঠনত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাজিক মাধ্যম যোগে ৰাজহুৱা কৰে এই খবৰ

Releated Posts

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী UNIFORMৰ নাম কোনো শিক্ষাৰ্থীকে কৰিব নোৱাৰিব হাৰাশাস্তি ব্য়ক্তিগত বিদ্যালয়েও মানিব…

ByByMahesh Malakar Jun 19, 2026

সাৱধান হওক কপিলীপৰীয়া ৰাইজ

সাৱধান হওক কপিলীপৰীয়া ৰাইজ নিপকোৱে খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খাণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নীপকোৱে ফেনে-ফুটুকাৰে…

ByByMahesh Malakar Jun 19, 2026

সাৱধান হওক কপিলীপৰীয়া ৰাইজ

সাৱধান হওক কপিলীপৰীয়া ৰাইজ নিপকোৱে খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খাণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নীপকোৱে ফেনে-ফুটুকাৰে…

ByByMahesh Malakar Jun 19, 2026

বিপদত চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা

বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা পুনৰ যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে মাৰ্শ্বেল বৰুৱা ২৫ জুনত আদালতত হাজিৰ হোৱা…

ByByMahesh Malakar Jun 19, 2026
Scroll to Top