• Home
  • দেশ
  • ১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম
Image

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম

কম বয়সীয়া কিশোৰ-কিশোৰীৰ বাবে চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত

সামাজিক মাধ্যম নিষিদ্ধ ঘোষণা কৰি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

১৬ বছৰ তলৰ ল’ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি সকলো সামাজিক মাধ্যমত নিষেধাজ্ঞা জাৰি

ছাত্ৰ ছাত্ৰীৰ ওপৰত পেলোৱা নেতিবাচক প্ৰভাৱৰ বাবে এই সিদ্ধান্ত

কৰ্ণটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কৰিলে এই বৃহৎ সিদ্ধান্ত

Releated Posts

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ ‘অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ’ ‘মই এজন ভাল মানুহ ভুল দলত আছিলো’ ‘নিজৰ…

ByByMahesh Malakar Apr 27, 2026

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই শীঘ্ৰেই গেৰুৱাবসণ পিন্ধিবলৈ সাজু ৰাঘৱ চাদ্দা দিল্লীৰ ৰাজনীতিত মহাবিস্ফোৰণ সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা…

ByByMahesh Malakar Apr 24, 2026

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ? আজি পশ্চিমবংগ আৰু তামিলনাডুত হাইভল্টেজবিধানসভা নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ…

ByByMahesh Malakar Apr 23, 2026
Scroll to Top