• Home
  • দেশ
  • ৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট
Image

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

দিল্লী মেট্ৰ’ ৰে’ল নিগমে দেওবাৰে ঘোষণা কৰিছে যে লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট যাত্ৰীৰ বাবে মুকলি কৰা হৈছে । ১০ নৱেম্বৰত ষ্টেচনৰ সমীপতে হোৱা বিস্ফোৰণৰ ফলত ষ্টেচনটোত প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল । নিৰাপত্তাজনিত কাৰণত ষ্টেচনটোৰ গেট বন্ধ কৰি ৰখা হৈছিল । অৱশ্যে মেট্ৰ’ নেটৱৰ্কৰ বাকী অংশ কোনো বিঘিনি নোহোৱাকৈয়ে চলি আছিল । শনিবাৰে ডি এম আৰ চিয়ে প্ৰথমে দুখন গেট খুলি দিছিল ।

লালকিল্লা মেট্ৰ’ ষ্টেচনৰ গেট নং ১ৰ ওচৰৰ নেতাজী সুভাষ মাৰ্গৰ ট্ৰেফিক চিগনেলৰ ওচৰতে বগা ৰঙৰ বাহনখনত বিস্ফোৰণ হৈছিল । বিস্ফোৰণটোত প্ৰায় ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছিল

Releated Posts

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ,গুৱাহাটী, বৰাকত কেইবাটাও…

ByByMahesh Malakar Mar 12, 2026

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম কম বয়সীয়া কিশোৰ-কিশোৰীৰ বাবে চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত সামাজিক…

ByByMahesh Malakar Mar 12, 2026

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ…

ByByMahesh Malakar Mar 9, 2026
Scroll to Top